Tuesday, 30 May 2017

Assam Higher Secondary Final 2017 Results

৩০ মে’ত উচ্চতৰ মাধ্যমিকৰ ফলাফল
১০টা ৱেবছাইটত উপলব্ধ হ’ব HSৰ ফলাফল
ৱেবছাইটকেইটা -

👉www.ahsec.nic.in
👉www.indiaresults.com
👉www.exametc.com
👉www.jagranjosh.com
👉www.knowyourresult.com
👉www.examresults.net
👉www.results.amarujala.com
👉www.schools9.com
👉www.resultsout.com
👉www.JobAssam.in

SMSৰ দ্বাৰাও লাভ কৰিব পাৰিব HSৰ ফলাফল

⚫BSNL গ্ৰাহকে টাইপ কৰক HS17<space>ROLL<space>NO আৰু পঠিয়াওক 57766 নম্বৰলৈ

⚫ Airtel গ্ৰাহকে টাইপ কৰক AS12<space><Roll number> আৰু পঠিয়াওক 5207011 নম্বৰলৈ

⚫ Idea/Vodafone/Reliance/TATA গ্ৰাহকে টাইপ কৰক AS12<space><Roll number> আৰু

পঠিয়াওক 58888111 নম্বৰলৈ

⚫ Airtel/Idea/Vodafone/Aircel গ্ৰাহকে *588# নম্বৰ ডাইল কৰিলেও HSৰ ফলাফল লাভ কৰিব।